কৃষি বিভাগত চাকৰি ২০২১

অন্তিম তাৰিখ-০৫/০৪/২০২১

গুৱাহাটী বিশ্ববিদ্যালয়ে কৃষি বিভাগ, অসম, খানাপাৰা আৰু ইয়াৰ জিলা কাৰ্যালয়ৰ অধীনত ১৮৩৭ গ্ৰেড তৃতীয় আৰু গ্ৰেড ৪ পদ ৰ নিয়োগৰ বাবে এক জাননী প্ৰকাশ কৰিছে।  আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰে।

 


কৃষি বিভাগত নিযুক্তি ২০২১


১)‌ Agriculture Extension Assistant (AEA) -

পদৰ সংখ্যা :- ১৫৮১ (Unreserved: 876, OBC/MOBC: 496, ST (H): 43, ST (P): 65, PWD: 14)

দৰমহা:- ১৪,০০০ ৰ পৰা ৬০,০০০ লৈকে + গ্ৰেড পে

যোগ্যতা :- HS যিকোনো স্বীকৃত বোৰ্ড/পৰিষদ/বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত উত্তীৰ্ণ হোৱা। বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা আৰু গ্ৰাম্য বেক গ্ৰাউণ্ড প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীসকলক অধিক যোগ্যতা দিয়া হ'ব। 

২) Junior Assistant -

পদৰ সংখ্যা - ২০০ টা

Headquarter Level: ৪৭ টা
# District Level: ১৫৩ টা 

দৰমহা:- ১৪,০০০ ৰ পৰা ৬০,০০০ লৈকে + গ্ৰেড পে

যোগ্যতা : - স্নাতক ডিগ্ৰীধাৰী যিকোনো শাখাৰ পৰা উৰ্ত্তীণ হ'ব লাগিব লগতে কম্পিউটাৰ ডিপ্লমা থকাতো প্ৰয়োজন ।

৩) Stenographer -

পদৰ সংখ্যা - ৮ টা

দৰমহা:- ১৪,০০০ ৰ পৰা ৬০,০০০ লৈকে + গ্ৰেড পে

যোগ্যতা - যিকোনো শাখাৰ পৰা HS উৰ্ত্তীণ হোৱাৰ লগতে ৬ মাহৰ Stenography diploma থকাটো বাঞ্চনীয় ।

৪) Electrician -

পদৰ সংখ্যা - ৪ টা

দৰমহা:- ১৪,০০০ ৰ পৰা ৬০,০০০ লৈকে + গ্ৰেড পে

যোগ্যতা -   HSLC উৰ্ত্তীণ হোৱাৰ লগতে ২ বছৰৰ Electrician ৰ আই টি আই ডিপ্লমা থকাটো বাঞ্চনীয় ।

৫) PI/FI/FS/Computor -

পদৰ সংখ্যা - ২৪ টা 

দৰমহা:- ১৪,০০০ ৰ পৰা ৬০,০০০ লৈকে + গ্ৰেড পে

যোগ্যতা - যিকোনো শাখাৰ পৰা HS উৰ্ত্তীণ হোৱাৰ লগতে Statistics, Economics বা Mathematics ৰ যিকোনো এটা বিষয় থাকিব লাগিব ।

৬) Mechanic (Jute)

দৰমহা:- ১৪,০০০ ৰ পৰা ৬০,০০০ লৈকে + গ্ৰেড পে

যোগ্যতা -  HSLC উৰ্ত্তীণ হোৱাৰ লগতে ২ বছৰৰ  Mechanic ৰ আই টি আই ডিপ্লমা থকাটো বাঞ্চনীয় ।

৭) Grade-IV -

পদৰ সংখ্যা - ৯ টা 

দৰমহা - ১২,০০০ ৰ পৰা ৩৫,০০০ লৈকে + গ্ৰেড পে

অন্যান্য প্ৰয়োজনীয় তথ্য -

১)  আবেদনকাৰীজন ভাৰতীয় নাগৰিক হ'ব লাগিব ।

২) আবেদনকাৰীৰ বয়স ১৮ ৰ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব । 

কেনেকৈ আবেদন কৰিব

আগ্ৰহী আবেদনকাৰীসকলে তলৰ লিংকত গৈ আবেদন কৰিব পাৰে -

gauhati.ac.in

কি কি  ডকোমেণ্ট লাগিব 

১) জন্মৰ প্ৰমাণ পত্ৰ অথবা মেট্ৰিকৰ এডমিট কাৰ্ড ।

২) HSLC ৰ পৰা মাৰ্কশ্বিত বা চাৰ্টিফিকেটসমূহ ।

৩) পদ অনুসৰি অন্যান্য ডিপ্লমা চাৰ্টিফিকেট ।

৪) জাতিৰ প্ৰমাণপত্ৰ ।

৫)  Employment Exchange Registration কাৰ্ড ।

৬) Rural Background Certificate ।

৭) পাছপৰ্ট ফটো আৰু চহী ।

Agriculture Department Recruitment Helpline

08472880277 OR 1800212005599. [MONDAY to SATURDAY :10A.M to 6P.M]


কৃষি বিভাগৰ খালী পদৰ গুৰুত্বপূৰ্ণ ৱেব-লিংক 


ডাওনলোড নটিফিকেচ

আবেদন লিংক