পশুপালন আৰু পশু চিকিৎসা নিয়োগ  ৬৯৪ গ্ৰেড III আৰু গ্ৰেড IV খালী পদ ]

গুৱাহাটী বিশ্ববিদ্যালয়ে পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়, অসমৰ অধীনত ৬৯৪ জন জুনিয়ৰ এছিষ্টেণ্ট, গ্ৰেড ৪ আৰু ইলেক্ট্ৰিচিয়ান/প্লাণ্ট অপাৰেটৰ পদৰ বাবে এটা জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰে।




১) Junior Assistant (HQ)

পদৰ সংখ্যা - ৬১ টা

# Animal Husbandry & Veterinary: ৪৬
# Diary Development: ১৫

যোগ্যতা - যিকোনো শাখাৰ পৰা স্নাতক ডিগ্ৰীধাৰী হোৱা লগতে কম্পিউটাৰ ৬ মাহৰ ডিপ্লমা থকাটো থাকিব লাগিব ।

দৰমহা - ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা লৈকে + গ্ৰেড পে ৬,০০০ টকা

২) Junior Assistant (Sub-Ordinate)

পদৰ সংখ্যা - ১১৫ টা 

# Animal Husbandry & Veterinary: ৯৯
# Diary Development: ১৬

যোগ্যতা - যিকোনো শাখাৰ পৰা স্নাতক ডিগ্ৰীধাৰী হোৱা লগতে কম্পিউটাৰ ৬ মাহৰ ডিপ্লমা থকাটো থাকিব লাগিব ।

দৰমহা - ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা লৈকে + গ্ৰেড পে ৬,০০০ টকা ।

৩) Electrician/ Plant Operator

পদৰ সংখ্যা -১১ টা

যোগ্যতা - মেট্ৰিক পৰীক্ষা উৰ্ত্তীণ হোৱাৰ লগতে ২ বছৰৰ ইলেক্টিচিয়ানৰ আ ই টি ৰ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব ।

দৰমহা - ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা লৈকে + গ্ৰেড পে ৬,০০০ টকা । 

৪) Grade IV

পদৰ সংখ্যা - ৫০৭ টা 

যোগ্যতা - অষ্টমমান শ্ৰেণী উৰ্ত্তীন হ'ব লাগিব ।

দৰমহা - ১২,০০০ টকাৰ পৰা ৫২,০০০ + গ্ৰেড পে ৩,৯০০ টকা ।


পশুপালন আৰু পশু চিকিৎসা নিয়োগৰ অন্যান্য চৰ্ত

১)আবেদনকাৰীজন ভাৰতীয় নাগৰিক হ'ব লাগিব ।

২) আবেদনকাৰীজন ১ জানুৱাৰী, ২০২০ তাৰিখত ৪০বছৰতকৈ অধিক আৰু ১৮বছৰতকৈ কম বয়সৰ হ'ব নালাগে ।

৩) আবেদন মাচুল: কোনো ধৰণৰ আবেদন মাচুল নাই।

কেনেকৈ আবেদন কৰিব -

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটলৈ  গৈ অনলাইন আবেদন  কৰিব  পাৰে    gauhati.ac.in



কি কি ডকোমেণ্টৰ প্ৰযোজন হ'ব -

১)  বয়সৰ প্ৰমাণপত্ৰ বা এইচএছএলচি বা সমতুল্য পৰীক্ষাৰ এডমিট কাৰ্ডৰ প্ৰমাণপত্ৰ । 

২) সংশ্লিষ্ট পদসমূহৰ বাবে প্ৰয়োজনীয় নূন্যতম শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ/মাৰ্ক শ্বীট।

৩) নিম্নতম  ৬ মাহৰ মৌলিক কম্পিউটাৰৰ প্ৰমাণপত্ৰ ।

৪) ইলেক্ট্ৰিচিয়ান/প্লাণ্ট অপাৰেটৰ পদৰ বাবে অসম চৰকাৰৰ এটা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা বৈদ্যুতিকত আই টি আই ডিপ্লমা।

৫) ওবিচি/এমওবিচি, এচচি, এছটিপি), এছটিএইচৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত সক্ষম কৰ্তৃপক্ষৰ পৰা জাতিৰ প্ৰমাণপত্ৰ)।

৬) যদি ইডব্লিউএছ শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় তেন্তে সক্ষম কৰ্তৃপক্ষৰ পৰা ইডব্লিউএছ প্ৰমাণপত্ৰ।

৭) পিডব্লিউডি শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'লে সক্ষম কৰ্তৃপক্ষৰ পৰা পিডব্লিউডি প্ৰমাণপত্ৰ।

৮) Employment Exchange Registration Card

৯) পাচপৰ্ট ফটো আৰু চহী ।

সহায়কাৰী যোগাযোগ নম্বৰ -

যিকোনো প্ৰশ্নৰ বাবে অনুগ্ৰহ কৰি 1800212005599 বা 08472880277 ত যোগাযোগ কৰক। [সোমবাৰৰ পৰা শনিবাৰ :(১০ AM ৰ পৰা ৬ P M) ।


পশুপালন আৰু পশু চিকিৎসা নিয়োগৰ গুৰুত্বপূৰ্ণ তাৰিখ ২০২১

আৰম্ভণিৰ তাৰিখ - ২৭/০৩/২০২১
অন্তিম তাৰিখ - ০৫/ ০৪/২০২১


আবেদন কৰাৰ লিংকসমূহ - 

নটিফিকেচন  ডাওনলোড কৰক 

অনলাইন আবেদন বাবে ইয়াত ক্লিক কৰক  Grade III / Grade IV

অফিচিয়েল ৱেবছাইট Click Here



যিকোনো চৰকাৰী চাকৰিৰ খবৰ পাবৰ বাবে আমাৰ গ্ৰোপত অংশিদাৰ হ'বলৈ ইয়াত ক্লিক কৰক 

          👉 Click Here